COVIT-19 SEPERATE THE SHOULDERS TO SHOULDERS-Commt on Gani.
Abdul Gani fb post(fb friend)
⬇️⬇️
মানুহৰ অটল বিশ্বাস বুলি দাবী কৰিলেই কোনো এটা বিষয় সত্য হৈ নাযায়।সেই বিশ্বাসৰ বিষয়বস্তু আল্লাহ প্ৰদত্ত হয় নে নহয় সেইটোহে ইছলামৰ বাবে গুৰুত্বপূৰ্ণ বিষয়। কোনো লিখকে কবৰৰ শাস্তি কোৰআণত নাই বুলি দাবী কৰিছে । তাৰেই প্ৰতিবাদ কৰা সকলক দেখিছো হাদীছেৰে ইয়াৰ প্ৰতোত্তৰ দিয়াৰ আপ্ৰান চেষ্টা কৰিছে ! কোৰআণত উল্লেখিত নিদিষ্টকৈ ফিৰআওনৰ বিষয়ে কোৱা দুবাৰ শাস্তি, মদিনাৰ মুনাফীক সকলক উদ্দেশ্যি নিদিষ্ট কৈ কোৱা আয়াতকেই জোৰ জবৰদস্তি সাধাৰণ সকলোৰে বাবে কবৰৰ শাস্তি বুলি কবলৈ বিচৰা বিষয়টি নিশ্চয় হাস্যকৰ। ফিৰআওনক সাগৰত ডুবাই মৃত্যুদণ্ড দিয়া বিষয়টো সাধাৰণ মানুহৰ বাবে প্ৰযোজ্য হবনে ??
এনেদৰে মানুহক আবুল তাবুল কথাৰে পতিয়ন নিয়াবলৈ বিচৰা দিনবোৰ ইতিমধ্যে অতীত হৈ গ'ল । সাধাৰণ মানুহে এতিয়া আৰবী শিকা হল , কোৰআণ বুজি পঢ়িব পৰা হৈছে । গতিকে আপোনালোকেও সতৰ্কতাৰে কলম চলাওক , এনেদৰে বেবেৰিবাং কথাৰে নহয় । কোৰআণৰ বিষয় কোৰআণেৰে সামৰ্থ্য থাকিলে উত্তৰ দিয়ক , অন্যথা সকলোকে আভূৱা ভৰাৰ অপচেষ্টা নকৰিব ।
(Abdul Gani fb friend)
.
Syed Raf
⬇️⬇️
কথাটো এনেকুৱাঃ
Compact islamic rule চলাই আছে, চালাতত(নামাজ) কান্ধত কান্ধত মিলাই ঠিয় হ'ব লাগে। নহ'লে
মাজত চয়তান সোমায়(😀)।
.
আপুনি ক'লেঃ তেনে কোনো ধৰা বন্ধা নিয়ম কোৰআনত কোৱা নাই।
.
নাই নেমানে। তৰ্কত লিপ্ত হয়।
.
হ'বইটো। সহী হাদিসৰ মছলাটোযে বাইবেলৰ পৰা কপি মাৰি থৈছেঃ
⬇️⬇️
Zephaniah 3:9
⬇️⬇️
New International Version
"Then I will purify the lips of the peoples, that all of them may call on the name of the LORD and serve him shoulder to shoulder.
.
হাদিস চাওক:-
😀....
.
JOINING SHOULDERS TO SHOULDERS AND FOOT TO FOOT
Narrated Anas bin Malik:
The Prophet said, "Straighten your rows for I see you from behind my back." Anas added, "Everyone of us used to put his shoulder with the shoulder of his companion and his foot with the foot of his companion."
SAHIH Bukhari (Volume 1, Book 11, Hadith 692)
.
Abu Mas'ud reported: The Messenger of Allah (may peace he upon him) used to touch our shoulders in prayer and say: Keep straight, don't be irregular, for there would be dissension in your hearts. Let those of you who are sedate and prudent be near me, then those who are next to them, then those who are next to them. Abu Mas'ud said: Now-a-days there is much dissension amongst you.
Narated By Abdullah ibn Umar : The Prophet (pbuh) said: Set the rows in order, stand shoulder to shoulder, close the gaps, be pliant in the hands of your brethren, and do not leave openings for the devil. If anyone joins up a row, Allah will join him up, but if anyone breaks a row, Allah will cut him off.
Abu-Dawud Book 002, Hadith Number 0665.
Narated By Al-Bara' ibn Azib : The Apostle of Allah (pbuh) used to pass through the row from one side to the other; he used to set out chests and shoulders in order, and say: Do not be irregular. And he would say: Allah and His angels bless those who are near the first rows.
.
🥀prp🥀syedraf🥀
.....*.....
Comments
Post a Comment