RubulAHM-Rep.syedraf
ৰুবুল অসামঃ তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা{66:6} তোমালোকৰ দ্বীন তোমালোকৰ বাবে আৰু মোৰ দ্বীন মোৰ বাবে{109:6} ⬇️⬇️ দুয়োটা আয়াত পৰস্পৰ বিৰোধী লাগে নে? যদি লাগে কিয়? ⬆️⬇️---------⬆️⬇️ . 🔴'বিৰোধী'ক অবিৰোধ কৰিবলৈ 109:6ক আগত আৰু 66:6ক পাছত লিখকঃ ⬇️⬇️ 109:6 For you your way, and for me my way." Note:- Results will tell who was on the right track. 6:136 , 10:41 , 15:85 , 42:15 , 60:4 , 73:10 . ١٣٦:٦ وَجَعَلُوا لِلَّهِ مِمَّا ذَرَأَ مِنَ الْحَرْثِ وَالْأَنْعَامِ نَصِيبًا فَقَالُوا هَٰذَا لِلَّهِ بِزَعْمِهِمْ وَهَٰذَا لِشُرَكَائِنَا ۖ فَمَا كَانَ لِشُرَكَائِهِمْ فَلَا يَصِلُ إِلَى اللَّهِ ۖ وَمَا كَانَ لِلَّهِ فَهُوَ يَصِلُ إِلَىٰ شُرَكَائِهِمْ ۗ سَاءَ مَا يَحْكُمُونَ ৬:১৩৬ আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয়, ‘এইটো আল্লাহৰ বাবে আৰু এইটো আমাৰ শ্বৰীকসকলৰ বাবে’। এতেকে যিটো সিহঁতৰ শ্বৰীকসকলৰ...