"ধন্যবাদ ল'কডাউন"


সুন্দৰ অতি স্পষ্ট কথা কৈছে গনি চাহাব।
.
মূল কথা হ'ল, এল্লাহ তা'লাৰ হুকুমক কোনোবাই ল'ক ডাউন কৰিব পাৰে জানো? বোলে ক'ৰণা আহিছে বেলি তুমি এসপ্তাহ এই ধৰাত দেখা নিদিবা। এইটো গছত গৰু উঠা কথা নহয়নে।একে ধৰণেই এল্লাহ তা'লাৰ হুকুম মতে, মানে কোৰআন মতে এল্লাহ তা'লাত সমৰ্পিত ঈমানদাৰে এবাদত কৰি আছে। ইয়াত ল'ক ডাউনৰ কথা নাই, ঠিক বেলিটোৰ দৰে।
.
চাওক! আপুনি কোৱাৰ দৰে (See the Gani's fb post🔴)"ঈদৰ চালাত , তাৰাবীৰ চালাত, জুম্মাৰ চালাত ইত্যাদীবোৰ" লগতে চবে বাৰাত, চবে কদৰ আদিবোৰ মানব ৰচিত, ইয়াত এল্লাহ তা'লাৰ হুকুম নাই। গতিকেই এইবোৰৰ ওপৰত ল'ক ডাউনে মাধমাৰ সুধাইছে। ইফালে তবলীগ জামাতৰো বৰ বদনাম হ'ল। মানৱ সৃষ্টি এবাদতৰ এনেকুৱাই হয়।
.
এটা কথা মন কৰিছেনে ল'ক ডাউনৰ সম‌য় ছোৱাত মছজিদত জামাত বন্ধ, যিবোৰত জামাত অপৰিহাৰ্য যেনে ঈদৰ চালাত তাতো মুফতিসকলৰ বিশেষকৈ মক্কা মদিনাৰ, দেওবন্দৰ 'ফাতৱা' গ্ৰহণ কৰি সাধাৰণ ভাৱে যিদৰে ইছলামিক আইন কানুনেৰে(চলন্তি) ধৰ্মিয় কামবোৰ কৰা হয় তাৰ বিপৰীত মেৰুত অৱস্থান কৰি মুফতিসকলে 'ফাতৱা' দি দিলে। 'ফাতৱা' মানে ইচলামিক আইন প্ৰণয়ন।
.
গনি চাহাব, আপোনাৰ লিখনিত স্পষ্টকৈ কৈছেযে "ঈদৰ চালাত , তাৰাবীৰ চালাত, জুম্মাৰ চালাত" ইত্যাদীবোৰ কোৰআন বৰ্হিভূত। ইয়েই প্ৰমাণ কৰে 'ফাতৱা'ক ফতুৱামী কৰা হৈছে।আচলতে 'ফাতৱা' দিয়াৰ অধিকাৰ কাৰ?(💖তলত এটা ভিডিঅ' আছে)।
.
শুনিলে আচৰিত হ'ব, মোৰদাৰ শেষকৃত্য ও চিষ্টেম সলনিহৈ গ'ল এই ল'ক ডাউনৰ সময়ত।(তলত এটা ভিডিঅ' আছে🌚)।
.
🔴= https://m.facebook.com/story.php?story_fbid=1171799543157063&id=100009810859044
.
💖=https://youtu.be/TN0ELdqHr1U
.
🌚=https://m.facebook.com/story.php?story_fbid=206557480610373&id=561442137524182&sfnsn=wiwspwa&extid=FUYo1V9vqfxZKSZw&d=w&vh=e
.
🥀write🥀vdo🥀syedraf🥀

Comments

Popular posts from this blog

THE MESSENGER FOLLOWED ONLY THE QURAN

RubulAHM-Rep.syedraf

THE WORDS HADITH IN THE QURAN not So-called Hadiths