Posts

Showing posts with the label Rasool-follow

THE MESSENGER FOLLOWED ONLY THE QURAN

🌑ৰছুলে কয়ঃ মোৰ ওচৰত অহী হিচাপে যি প্ৰেৰণ কৰা হয়, মই কেৱল তাৰেই অনুসৰণ কৰো। . 🌑THE MESSENGER FOLLOWED ONLY THE QURAN: . 🌑I merely follow (ATTABI’U) what is inspired to me. 6:50 I only follow (ATTABI’U) what is inspired to me from my Lord. 7:203 I merely follow (ATTABI’U) what is inspired to me. 10:15 I only follow (ATTABI’U) what is inspired to me. 46:9 Thus, when We read it, you shall follow (ITTABI) the Quran. 75:18 ⬇️⬇️ ٥٠:٦ قُلْ لَا أَقُولُ لَكُمْ عِنْدِي خَزَائِنُ اللَّهِ وَلَا أَعْلَمُ الْغَيْبَ وَلَا أَقُولُ لَكُمْ إِنِّي مَلَكٌ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ ۚ قُلْ هَلْ يَسْتَوِي الْأَعْمَىٰ وَالْبَصِيرُ ۚ أَفَلَا تَتَفَكَّرُونَ 🌠৬:৫০ কোৱা, ‘মই তোমালোকক এইটো নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে, আৰু মই গায়েবও নাজানো আৰু তোমালোকক এইটোও নকওঁ যে, মই ফিৰিস্তা, মোৰ প্ৰতি যি অহীৰূপে প্ৰেৰণ কৰা হয়, মই কেৱল সেইটোকেই অনুসৰণ কৰো’। কোৱা, ‘অন্ধ আৰু দৃষ্টিবান ব্যক্তি উভয়ে সমান হ’ব পাৰেনে? তোমালোকে চিন্তা নকৰা নেকি’? . ٢٠٣:٧ وَإِذَا لَمْ تَأْتِهِمْ بِآيَةٍ ق...